Supreme Court of India JSA Recruitment: 250 টা পদত কৰিব পাৰিব আৱেদন

ভাৰতৰ উচ্চতম ন্যায়ালয়ে (Supreme Court of India) Junior Court Assistant (JCA) পদৰ 250 টা খালী পদ পূৰণৰ বাবে এক নতুন নিযুক্তি বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই পদসমূহৰ বাবে যোগ্যতা পূৰণ কৰা আগ্ৰহী প্ৰাৰ্থীসকলে অনলাইনযোগে আবেদন দাখিল কৰিব পাৰিব।

আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন কৰাৰ পূৰ্বে এই নিযুক্তিৰ শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা, গুৰুত্বপূৰ্ণ তাৰিখ, বাছনি প্ৰক্ৰিয়া আৰু অনলাইন আবেদন পদ্ধতি সম্পৰ্কে বিতং তথ্য জানি ল’ব পাৰে।

এই পদসমূহৰ বাবে অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ 28 অক্টোবৰ 2026। যোগ্য প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বেই আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

Supreme Court of India Vacancy Details

ভাৰতৰ উচ্চতম ন্যায়ালয়ত (Supreme Court of India) Junior Court Assistant (JCA) পদৰ বাবে মুঠ 250 টা পদত নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। এইটো এটা Group-B Non-Gazetted পদ।

পদৰ নামJunior Court Assistant (JCA)
নিয়োগকাৰী সংস্থাSupreme Court of India
মুঠ খালী পদ250 টা
দৰমহাPay Matrix Level 6; আৰম্ভণিৰ Basic Pay ₹35,400/- আৰু নিয়ম অনুসৰি অন্যান্য ভাট্টা
আবেদনৰ মাধ্যমঅনলাইন

Eligibility Criteria 

নাগৰিকত্ব

এই পদৰ বাবে আবেদন কৰা প্ৰাৰ্থী ভাৰতৰ নাগৰিক হ’ব লাগিব।

বয়সৰ সীমা

1 ছেপ্টেম্বৰ 2026 তাৰিখত প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ’ব লাগিব।

অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST), Other Backward Classes (Non-Creamy Layer), PwBD আৰু Ex-Servicemen প্ৰাৰ্থীৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ক্ষেত্ৰত ৰেহাই প্ৰযোজ্য হ’ব।

শিক্ষাগত অৰ্হতা

প্ৰাৰ্থীগৰাকীয়ে ভাৰতৰ কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Bachelor’s Degree (স্নাতক ডিগ্ৰী) লাভ কৰা হ’ব লাগিব।

কম্পিউটাৰ আৰু টাইপিং দক্ষতা

প্ৰাৰ্থীৰ কম্পিউটাৰ চলোৱাৰ পৰ্যাপ্ত জ্ঞান থকাৰ লগতে কম্পিউটাৰত প্ৰতি মিনিটত কমেও 35 টা শব্দ (35 w.p.m.) টাইপ কৰাৰ গতি থাকিব লাগিব।

চৰকাৰী/PSU/বেংকৰ কৰ্মচাৰীৰ বাবে NOC

কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ বিভাগ, Nationalized Bank অথবা Public Sector Undertaking-ত কৰ্মৰত প্ৰাৰ্থীয়ে Document Verification-ৰ সময়ত নিজৰ নিয়োগকৰ্তাৰ পৰা লাভ কৰা No Objection Certificate (NOC) দাখিল কৰিব লাগিব।

Application Fee

প্ৰাৰ্থীৰ শ্ৰেণীআবেদন মাচুল
UR₹1,500 + বেংক চাৰ্জ
SC/ST/OBC (NCL)/Ex-Servicemen/PwBD₹750 + বেংক চাৰ্জ

Selection Process

Junior Court Assistant পদৰ বাবে প্ৰাৰ্থী বাছনি কেইবাটাও পৰ্যায়ৰ পৰীক্ষাৰ জৰিয়তে কৰা হ’ব। বাছনি প্ৰক্ৰিয়াৰ পৰ্যায়সমূহ হ’ল—

পৰীক্ষাৰ নামসময়মুঠ নম্বৰন্যূনতম উত্তীৰ্ণ নম্বৰ
Objective Type Test (MCQ) — 100টা প্ৰশ্ন1 ঘণ্টা 30 মিনিট10050
কম্পিউটাৰত ইংৰাজী টাইপিং পৰীক্ষা — ন্যূনতম 35 w.p.m.10 মিনিট5025
ইংৰাজী ভাষাত Descriptive Written Test2 ঘণ্টা10050
সাক্ষাৎকাৰ—2513

How to Apply?

যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলে Supreme Court of India-ৰ নিৰ্ধাৰিত Recruitment Portal-ৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব।

অনলাইন আবেদন কৰিবলৈ প্ৰথমে তললৈ গৈ Important Web-Links শাখালৈ যাওক আৰু Online Application Form লিংকত ক্লিক কৰি Registration সম্পূৰ্ণ কৰক। ইয়াৰ পিছত পুনৰ Online Application Form-ত Login কৰি প্ৰয়োজনীয় ব্যক্তিগত আৰু শিক্ষাগত তথ্য পূৰণ কৰক আৰু প্ৰয়োজনীয় নথি-পত্ৰসমূহ Upload কৰক। নিজৰ শ্ৰেণী অনুসৰি আবেদন মাচুল অনলাইনযোগে পৰিশোধ কৰি সকলো তথ্য ভালদৰে পৰীক্ষা কৰাৰ পিছত আবেদনপত্ৰ Submit কৰক। শেষত পূৰণ কৰা আবেদনপত্ৰখনৰ এটা Printout উলিয়াই সংৰক্ষণ কৰি ৰাখক।

Important Dates

  • অনলাইন আবেদন আৰম্ভ: 7 অক্টোবৰ 2026
  • অনলাইন আবেদন কৰাৰ অন্তিম তাৰিখ: 28 অক্টোবৰ 2026

Useful Web-Links

Online Application FormFrom 07/10/2026
Official NotificationClick Here
Official WebsiteClick Here
About the Author
Priyanka Devi
Priyanka Devi
Founder, Author & Career Blogger
7 Years of Blogging Experience

Priyanka Devi is the founder and author of JobApplyLink.in, with 7 years of experience in blogging and digital content creation. She is dedicated to providing authentic and reliable job updates based on official recruitment notifications, making employment information accessible to everyone through easy-to-understand Assamese content.

Leave a Comment